অসম

গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন বিশিষ্ট ভাষাবিদ গোলক চন্দ্ৰ গোস্বামী…

asomiyapratidin
  • গুৰুতৰভাৱে অসুস্থ বিশিষ্ট ভাষাবিদ তথা সাহিত্যিক গোলক চন্দ্ৰ গোস্বামী।
  • বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছে ভাষাবিদগৰাকী।
  • বৰ্তমান কে জি এম টি হাস্পতালত চিকিৎসাধীন তেওঁ।
  • আই চি ইউত চিকিৎসাধীন হৈ আছে গোস্বামী।
  • চিকিৎসকৰ মতে তেওঁৰ স্বাস্থ্য সংকটজনক।