অসম

বিশিষ্ট ভাষাবিদ, সাহিত্যিক ডঃ গোলোকচন্দ্ৰ গোস্বামী মহানগৰীৰ কেজিএমটি হাস্পতালৰ আইচিইউত চিকিৎসাধীন

asomiyapratidin
  • বিশিষ্ট ভাষাবিদ, সাহিত্যিক ডঃ গোলোকচন্দ্ৰ গোস্বামী গুৰুতৰভাৱে অসুস্থ।
  • মহানগৰীৰ কেজিএমটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিশিষ্ট ভাষাবিদগৰাকী।
  • কেজিএমটিৰ আইচিইউত চিকিৎসাধীন গোস্বামী।
  • বিশিষ্ট ভাষাবিদগৰাকীৰ বৰ্তমান বয়স ৯৬ বছৰ।
  • যোৱা ৬ দি ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছে তেওঁ।