অসম

গোলাঘাটত আলফা (স্বাঃ)ত যোগ দিবলৈ যোৱা দুই ছাত্ৰক গ্ৰেপ্তাৰ

asomiyapratidin
  • আলফা (স্বাঃ)ত যোগ দিবলৈ যোৱা দুই ছাত্ৰক গ্ৰেপ্তাৰ।
  • গোলাঘাটত ছাত্ৰ দুজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।
  • এজন স্নাতক তৃতীয় ষাণ্মাসিকৰ আৰু আনজন দশম শ্ৰেণীৰ ছাত্ৰ।
  • নৈশ বাছেৰে নাগালেণ্ডৰ মন জিলালৈ গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • গ্ৰেপ্তাৰ হোৱা ছাত্ৰ দুয়োজনৰে ঘৰ গহপুৰৰ নিগমত।