অসম

গোলাঘাটত ৰে’লৰ খুন্দাত মহিলাৰ মৃত্যু

asomiyapratidin
  • গোলাঘাটত অঘটন। জামুগুৰিত ৰে'লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু।
  • ডিব্ৰুগড়-ৰঙিয়া নামনিমুৱা যাত্ৰীবাহী ৰে'লৰ খুন্দাত মৃত্যু হয় মহিলাগৰাকীৰ।
  • এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত মহিলাগৰাকী।
  • ঘটনাস্থলীত উপস্থিত ৰে'লৱে আৰক্ষী ।