অসম

গোলাঘাটৰ ধুলীয়া গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ১

asomiyapratidin
  • গোলাঘাটৰ ধুলীয়া গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা।
  • পথচাৰীক মহতিয়াই নিলে দ্ৰুতবেগী এখন বাইকে।
  • ঘটনাস্থলীতে নিহত বদৰুদ্দিন আলী নামৰ ব্যক্তিজনৰ।
  • ইফালে বাইকখনৰ আৰোহী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত।