গোলাঘাটৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাঃ
- ১৭খন আসনৰ ভিতৰত বিজেপিৰ দখলত ৯ আৰু কংগ্ৰেছৰ ৮খনত জয়লাভ।
- খুমটাই জিলা পৰিষদত বিজেপিৰ মুনীন্দ্ৰ মোহন গগৈ।
- কাজিৰঙা জিলা পৰিষদত বিজেপিৰ সীতা পানিক।
- বোকাখাট জিলা পৰিষদত বিজেপিৰ চিৰাম দাস।
- মহুৰা জিলা পৰিষদত বিজেপিৰ ৰশ্মি কাকতি।
- ৰঙামাটি জিলা পৰিষদত বিজেপিৰ ৰঞ্জিত খণ্ডাইত।
- দক্ষিণ হেঙেৰা জিলা পৰিষদত বিজেপিৰ ধৰিত্ৰী খাউণ্ড।
- কঠালগুৰি জিলা পৰিষদত বিজেপিৰ অৰুণ গগৈ।
- ব্ৰহ্মপুত্ৰ জিলা পৰিষদত বিজেপিৰ হেলিনা পেগু।
- মৰঙী জিলা পৰিষদত বিজেপিৰ পূৰবী শৰ্মা।
- বৰপথাৰ জিলা পৰিষদত কংগ্ৰেছৰ বিজয় ফুকন।
- সৰুপথাৰ জিলা পৰিষদত কংগ্ৰেছৰ লাজৰুছ তপ্ন।
- নৱজ্যোতি জিলা পৰিষদত কংগ্ৰেছৰ সবিতা নাৰ্জাৰী।
- দৈয়াং জিলা পৰিষদত কংগ্ৰেছৰ অৰুণ ৰাজবংশী।
- আঠগাঁও জিলা পৰিষদত কংগ্ৰেছৰ জিতেন বৰুৱা।
- ৱাটিং জিলা পৰিষদত কংগ্ৰেছৰ লোহিত গগৈ।
- ৰতনপুৰ জিলা পৰিষদত কংগ্ৰেছৰ ৰমিলা দাং।
- দেৰগাঁও জিলা পৰিষদত কংগ্ৰেছৰ নিজৰা বৰুৱাৰ জয়লাভ।
পঞ্চায়ত সভাপতিৰ ১০২খন আসনৰ ফলাফল ঘোষণাঃ
১০২খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ফলাফলঃ