অসম

দেওবাৰে নিশা গোলাঘাট আৰক্ষীৰ অভিযানত আটক ৪ জুৱাৰী

asomiyapratidin
  • দেওবাৰে নিশা গোলাঘাট আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান।
  • অভিযানত আটক ৪টাকৈ জুৱাৰী।
  • জুৱাৰী কেইটাৰ নাম মাইনা খান, ৰাজু আলী, ভাইটি ৰহমান আৰু ৰফিকুল হুছেইন।
  • গোলাঘাটৰ কছাৰীহাটৰ পৰা আটক জুৱাৰী কেইটা।
  • জুৱা খেলি থকা অৱস্থাত আটক।
  • নগদ ধনসহ জুৱাৰী কেইটাক আটক কৰে আৰক্ষীয়ে।
  • লোককেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৮,৩০০ টকা।