- গোলাঘাটত মদ , জুৱা , ড্ৰাগছ আৰু ভাঙৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ ধাৰাবাহিক অভিযান ।
- গোলাঘাট নগৰৰ বেঙেণাখোৱাৰ যোগেশ্বৰ নগৰৰ আচিক হুছেইন ৰ ঘৰত নিশা অভিযান চলাই আৰক্ষীয়ে এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত।
- জুৱাৰ ঘাটিৰ পৰা তিনি জুৱাৰীক গ্ৰেপ্তাৰ কৰে ।
- গ্ৰেপ্তাৰ কৰা তিনিজন হৈছে দ্বীপজ্যোতি শইকীয়া , লিপিবত নাথ আৰু ঘৰৰ গৰাকী আচিক হুছেইন ।
- পলাই যাবলৈ সক্ষম হয় প্ৰায় ২০ জনৰো অধিক জুৱাৰী ।
- তিনি জুৱাৰীৰ লগতে নগদ ২৬,৯০০ টকা আৰু অন্যান্য সামগ্ৰী জব্দ কৰে ।
- সমান্তৰালকৈ শুকুৰবাৰে আৰক্ষীয়ে নগৰৰ হিন্দী স্কুল ৰডৰ বাবুজানৰ ঘৰত অভিযান চলাই গাঞ্জা আৰু নগদ প্ৰায় এহেজাৰ টকা জব্দ কৰে ।
- অভিযান কালত বাবুজানৰ পত্নী এলিজা বেগমক গ্ৰেপ্তাৰ কৰে ।