গোলাঘাটৰ সৰুপথাৰত জঘন্য ঘটনা।ডাইনীৰ সন্দেহত এগৰাকী মহিলাক হত্যাৰ চেষ্টা।ঘটনাস্থলীত উপস্থিত আৰক্ষী।ঘটনা সন্দৰ্ভত জিতেন মুৰ্মু, ডডেন মুৰ্মু আৰু গোবিন মুৰ্মু নামৰ তিনিজনক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।