নুমলীগড়ৰ লৱনঘাটত অগ্নি কাণ্ড।মনোহৰলাল আগৰৱালা নামৰ এজন ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই।.ভস্মীভূত হ'ল গেলামাল থকা দোকানখন।.এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাৰো অভিযোগ।