অসম

গোলাঘাটত বন্ধত উত্তপ্ত পৰিস্থিতি

asomiyapratidin
  • জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জনোৱা অসম বন্ধত স্তব্ধ জনজীৱন।
  • উজনিৰ পৰা নামনিলৈ পৰিলক্ষিত হৈছে বন্ধৰ প্ৰভাৱ।
  • গোলাঘাটৰ ফৰকাটিঙত বন্ধ সমৰ্থকে ভাঙিলে এখন নৈশবাছ।
  • বাছখনৰ সন্মুখৰ আইনা লাঠিৰে মৰিয়াই চূৰ্ণ-বিচূৰ্ণ কৰে বন্ধ সমৰ্থকে।
  • এই ঘটনাত আহত হয় বাছখনৰ চালক মোলান গগৈ।
  • গুৱাহাটীৰ পৰা মেৰাপানীলৈ গৈছিল বাছখন।