অসম

গহপুৰৰ কলাবাৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • গহপুৰৰ কলাবাৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ।
  • কলাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সমীপত এটা পুখুৰীত উদ্ধাৰ লোকজনৰ মৃতদেহ।
  • মৃত লোকজন সতীশ দে' বুলি চিনাক্ত।
  • আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।
  • জানিব পৰা হোৱা নাই লোকজনৰ মৃত্যুৰ কাৰণ।