- গোগামুখত নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয়।
- আৰ আৰ মিলৰ সন্মুখত এজন গাড়ীচালকক গুলীয়াই দুৰ্বৃত্তই লুটিলে ধন।
- বাইকত অহা ২ দুৰ্বৃত্তই গুলীয়াই মিলন হাজং নামৰ চালকজনক।
- সংকটজনক অৱস্থাত এএমচিএইচলৈ প্রেৰণ কৰা হয় আঘাতপ্ৰাপ্ত মিলন হাজঙক।
- গোগামুখ থানাৰ পৰা ১০০ মিটাৰ দূৰত সংঘটিত হৈছে এই ঘটনা।