ঘোচ লওতেই গ্ৰেপ্তাৰ গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰী...
ঘোচ লওতেই গ্ৰেপ্তাৰ গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰী... 
গোৱালপাৰা

ঘোচ লওতেই গ্ৰেপ্তাৰ গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰী...

Asomiya Pratidin
  • গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত চি এম ভিজিলেন্স দল।

  • ভিজিলেন্সৰ অভিযানত দুগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ।

  • ফাৰ্মাচী লাইচেন্সৰ বাবে দাবী কৰিছিল ১৯ হেজাৰ টকা।

  • মহিবুল ইছলাম নামৰ ফাৰ্মাচিষ্ট এগৰাকীক কৰিছিল ধন দাবী।

  • দহ হেজাৰ টকা ঘোচ লওঁতেই অভিযানকাৰী দলে হাতেলোটে ধৰিলে দুই কৰ্মচাৰীক।

  • গ্ৰেপ্তাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিপজিৎ চৰকাৰ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী আনচাৰ আলী ।

  • দুয়োৱে পূৰ্বতে আদায় লৈছিল চাৰি হেজাৰ টকা