- পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা।
- ৰুক্মীণিগাঁৱত সংঘটিত দুৰ্ঘটনাৰ বাবে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ বিতৰ্কিত মডেলগৰাকী।
- জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল ৰাজকন্যা।
- জি এম চি এইছৰ ৬ জনীয়া মেডিকেল ব'ৰ্ডে কৰিছিল স্বাস্থ্য পৰীক্ষা।
- মেডিকেল ব'ৰ্ডে জনাইছিল সুস্থ ৰাজকন্যা বৰুৱা।
- তাৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মডেল গৰাকীক।