কোৰোনাৰ আতংকৰ মাজতে এটা ভাল খবৰ। এটি তিনিবছৰীয়া শিশুৱে পৰাস্ত কৰিলে কোৰোনাক। জি এম চি এইছৰ পৰা কোৰোনা মুক্ত হৈ ঘৰলৈ উভটিল কণমানি বিশাল দাস। উল্লেখ্য যে কেন্সাৰ ৰোগতো আক্ৰান্ত আছিল তিনি বছৰীয়া বিশাল দাস।