গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধি।৬০টালৈ বৃদ্ধি কৰা হৈছে ৱাৰ্ডৰ সংখ্যা।পূৰ্বতে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা আছিল ৩১টা।১৯ জানুৱাৰীৰ ভিতৰত এই সন্দৰ্ভত আপত্তি থাকিলে জনাব পাৰিব।দীৰ্ঘবিৰতিৰ পাছত পৌৰ নিগমৰ এই সিদ্ধান্ত।