অসম

“স্মৃতিৰ পাপৰিত সোঁৱৰণী সোণালী” খেদি গ’লগৈ গীতা হাতীকাকতি…

asomiyapratidin
  • বিশিষ্ট গীতিকাৰ গীতা হাতীকাকতিৰ দেহাৱসান।
  • তেওঁ আছিল এগৰাকী সু সাহিত্যিক।
  • মঙলবাৰে বিয়লি প্ৰায় ৬.৪৬ বজাত জু-তিনিআলিস্থিত জীয়াৰীৰ বাসগৃহত মৃত্যু হয় গীতিকাৰগৰাকীৰ।
  • মৃত্যুৰ সময়ত গীতিকাৰগৰাকীৰ বয়স আছিল ৭৭ বছৰ।
  • ২০১৬ বৰ্ষত অসম চৰকাৰৰ শিল্পী বঁটা লাভ কৰিছিল বিশিষ্ট শিল্পী গৰাকীয়ে।