অসম

গোলকগঞ্জত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত বৃদ্ধা…

asomiyapratidin
  • গোলকগঞ্জৰ ছাগলীয়াত দুৰ্ঘটনাত বৃদ্ধাৰ মৃত্যু।
  • দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে বৃদ্ধাগৰাকীক।
  • দুৰ্ঘটনাটোত থিতাতে নিহত জমিৰন বেওয়া নামৰ বৃদ্ধাগৰাকী।
  • বৃদ্ধাগৰাকীৰ ঘৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত।
  • ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই শোকাৱহ ঘটনা।
  • দুৰ্ঘটনা সংঘটিত কৰি পশ্চিমবংগলৈ পলায়ন।