অসম

গুৱাহাটীৰ বিশিষ্ট ৰেডিঅ’লজিষ্ট ডা০ মৃণাল কুমাৰ শৰ্মাৰ দেহাৱসান…

asomiyapratidin
  • সোমবাৰে গুৱাহাটীৰ বিশিষ্ট ৰেডিঅ'লজিষ্ট ডা০ মৃণাল কুমাৰ শৰ্মাৰ দেহাৱসান৷
  • ৫৫ বছৰ বয়সত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে গুৱাহাটীৰ চান্দমাৰীৰ নিবাসী ডা০ শৰ্মাই ৷
  • চান্দমাৰীস্থিত এক্সচেল লেবৰ স্বাস্থ্য সঞ্চালক ডা০ মৃনাল কুমাৰ শৰ্মাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে মহানগৰীত৷
  • মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই পুত্ৰ-কন্যাক এৰি থৈ গৈছে ইহঃসংসাৰত৷