অসম

গুৱাহাটীত পুনৰ আগত কুইন ওজা…

asomiyapratidin
  • গুৱাহাটী সমষ্টিত পুনৰ বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।
  • কুইন ওজাই এতিয়ালৈকে লাভ কৰা ভোটৰ সংখ্যা ২৭২১৫১টা।
  • কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই লাভ কৰিছে ২৭১৭২৫টা ভোট।
  • মুঠ ভোটগণনা হোৱা ভোটৰ সংখ্যা ৫৭৩২৫০টা।
  • সমষ্টিটোত মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল ১৭৬০৫১১।