দেশবাসীয়ে প্রধানমন্ত্ৰীৰ আহ্বানলৈ দিলে সঁহাৰি।তাৰমাজতে দুই এঠাইত কোনো কোনোৱে ফুটালে ফটকা আৰু বোমা।চাকি জ্বলাই কাহি-ঘণ্টাও বজালে কিছুৱে।মহানগৰীৰ বিভিন্ন স্থানত শুনিবলৈ পোৱা গ'ল ফটকাৰ শব্দ।