গৌৰীপুৰৰ ডোনখোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।বাইক আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ।এই দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহীজন।নিহত বাইক আৰোহীজনৰ নাম দীপক নাথ বুলি জানিব পৰা গৈছে।সংকটজনক অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।গুৰুতৰভাৱে আহত লোকজনৰ নাম বিনোদ ৰায়।