অসম

গৰৈমাৰীৰ মেৰগাণ্ডাত ৰাইজৰ ড্রাগছ বিৰোধী অভিযান

Asomiya Pratidin
  • গৰৈমাৰীৰ মেৰগাণ্ডাত ৰাইজৰ ড্রাগছ বিৰোধী অভিযান

  • অভিযানত ১৫টা ড্রাগছভৰ্তি কণ্টেইনাৰসহ আটক ৩ সৰবৰাহকাৰী

  • সৰবৰাহকাৰী তিনিটা ক্ৰমে কৰিব উল্লাহ, মকিবুৰ ৰহমান, ছলেমান আলী

  • ৰাইজে সৰবৰাহকাৰীকেইটাক আটক কৰি চমজাই দিয়ে আৰক্ষীক

  • সৰবৰাহকাৰীকেইটাৰ পৰা জব্দ এখন বাহনো