আগমণিৰ বাউসেৰকুটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা।২ সন্তানৰ মাতৃক ধৰ্ষণ কৰিলে ৩ নৰপিশাচে। শুকুৰবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই জঘন্য কাণ্ড।ওৱাব আলী, ময়নাল হক, মজিৱৰ ৰহমানৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ।আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।