- শুকুৰবাৰে বৰপেটাত স্থানীয় বন্ধ ঘোষণা।
- সুঁৱেৰী উপলক্ষে ঘোষণা কৰা হৈছে স্থানীয় বন্ধৰ।
- জিলা জিলা প্ৰাশাসনে ঘোষণা কৰিছে এই বন্ধৰ।
- সুঁৱেৰী উপলক্ষে বন্ধ থাকিব বৰপেটাৰ সকলো চৰকাৰী কাৰ্যালয়।
- বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই সংবাদ মাধ্যমক জনালে এই কথা।