অসম

চাকৰিৰ প্ৰলোভনেৰে ধন আত্মসাৎ কৰা দালাল গ্রেপ্তাৰ

asomiyapratidin
  • চাকৰিৰ প্রলোভনেৰে টকা আত্মসাৎ কৰা দালাল গ্রেপ্তাৰ।
  • গ্রেপ্তাৰ অমৃত গগৈ নামৰ দুৰ্নীতিগ্রস্ত বিষয়াজনক।
  • অমৃতৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাতৰ অভিযোগ।
  • চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত অমৃত গগৈ।
  • সঞ্চালকৰ কাৰ্যালয়ত মুখ্য গাণনিক বিষয়া হিচাপে কৰ্মৰত গগৈ।