- কোকৰাঝাৰত বিষাক্ত কাঠফুলা ভক্ষণ কৰি চাৰিজন অসুস্থ ।
- অসুস্থ চাৰিওজনকে ফকিৰাগ্ৰাম চিকিৎসালয়ত ভৰ্তি ।
- অসুস্থ লোক কেইজন মনাকোছা গাঁৱৰ সোনাথি ব্ৰহ্ম , বানু ব্ৰহ্ম , অলংবাৰ ব্ৰহ্ম আৰু যদুমণি গাঁৱৰ ধজেন ৰায় ।
- জংঘলৰ পৰা বুটলি অনা কাঠফুলা খাই অসুস্থ্য হৈ পৰে লোককেইজন ।
- চাৰিওজনকে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ।