ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত চাৰিজনৰ মৃত্যু।মৃত্যু হোৱা লোক কেইগৰাকীৰ নাম ক্ৰমে- সঞ্চিতা প'ল চৌধুৰী, স্বপ্না চৌধুৰী, য়াহিয়া আহমেদ বৰভূঞা আৰু ৰোমা ৰায়।উল্লেখ্য যে, অসমত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ ১৫৫জন লোকে হেৰুৱাইছে প্ৰাণ।