প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ গগৈৰ পত্নী শান্তি গগৈ আৰু নাই । শেষ নিশ্বাস ত্যাগ কৰিলে শান্তি গগৈয়ে ।প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ মাতৃ আছিল শান্তি গগৈ । শুকুৰবাৰৰ পুৱা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় শান্তি গগৈৰ ।