অসম

বঙাইগাঁৱত কঁকাল ভাঙি বিহু নাচিলে বিদেশী পৰ্যটকে, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ পদূলিত হেঁপাহৰ ৰঙালী। এতিয়া ব্যস্ত ৰাজ্যবাসী বিহুক লৈ। ঋতুৰাজ বসন্তৰ উমাল পৰশত এতিয়া জাতিষ্কাৰ হৈ পৰিছে হৰিৎবসনা গাভৰু প্ৰকৃতি।

অভয়াপুৰীৰ বিভিন্ন প্ৰান্তত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে৷ বিহু দলসমূহ ব্যস্ত আখৰাত৷ তাৰ মাজতে বঙাইগাঁৱত বিহু নাচিলে সুদূৰ জাৰ্মানীৰ দুজনকৈ পৰ্যটকে৷ ইফালে বিহু নাচি উৎফুল্লিত হোৱা দেখা যায় দুয়োজন পৰ্যটক৷ চাওক সেই ভিডিঅ'-