অসম

ৰাজ্যত পুনৰ কোভিড-১৯ত আক্ৰান্ত ৫জনৰ মৃত্যু…

asomiyapratidin
  • ৰাজ্যত বৃহস্পতিবাৰে আৰু ৫জন কোৰোনাত আক্ৰান্ত লোকে হেৰুৱালে প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- আছাব উদ্দিন, ছেন্টুলাল সাহা, মনুৰঞ্জন প'ল, ৰাম সুৰত গোৱালা আৰু ধীৰেন কলিতা।
  • ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত ১২৬জনৰ মৃত্যু।