ছুপাৰহীট যতীন বৰাৰ ৰত্নাকৰ।পঞ্চমটো দিনত ৰত্নাকৰে উপাৰ্জন কৰিছে ৪৫ লাখ টকা।৫ দিনৰ অন্তত মুঠ উপাৰ্জন হৈছেগৈ ২.৩৪ কোটি।বিভিন্ন ছবিগৃহত দৰ্শকৰ ভিৰ।ছবিখনক লৈ দৰ্শকে জনোৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ছবিকনৰ কলা-কুশলীয়ে।