মঙলবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাৰ এইখন হ'ব প্ৰথমখন কেবিনেট বৈঠক । কেবিনেট বৈঠকৰ পূৰ্বে দপ্তৰ বিতৰণৰ সম্ভাৱনা ।দিল্লীৰ পৰা বিয়লী অনুমোদন হ'ব মন্ত্ৰীৰ দপ্তৰৰ তালিকা ।