অসম

বোকাখাতত নিশা গুলীচালনা

Asomiya Pratidin
  • বোকাখাতত নিশা গুলীচালনা

  • মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়, আৱাস গৃহ চৌহদত এই ঘটনা

  • নিৰাপত্তাৰক্ষীৰ AK47 ৰাইফলৰ পৰা ফুটিল এজাঁই গুলী

  • নিৰাপত্তাৰক্ষী জন মহকুমা আৰক্ষী বিষয়া ৰেণুকান্তলা শীতল কুমাৰৰ

  • শূন্যলৈ গুলী চলালে চোটেলাল শৰ্মা নামৰ নিৰাপত্তাৰক্ষীজনে

  • ৪ নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘাতৰ পিছতেই এই কাণ্ড

  • নিশাই চাৰিওগৰাকী নিৰাপত্তাৰক্ষীকে আটক আৰক্ষীৰ

  • চাৰিওগৰাকী নিৰাপত্তাৰক্ষীৰ AK47 ৰাইফল জব্দ

  • আটক: চোটেলাল শৰ্মা, কংকন পাটৰ, মাধুৰ্য বৰঠাকুৰ, কংকন দাস