- ৰুপহীঘাটত ভয়ংকৰ অগ্নিকাণ্ড।
- তামিলীটুপৰ এজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
- ৰন্ধনগেছ লীক হৈ সংঘটিত হয় জুইৰ সুত্ৰপাত।
- জুইৰ কৱলত পৰি ছাঁই হয় লক্ষাধিক টকাৰ সম্পত্তি।
- চুলতান আলি নামৰ লোকজনৰ ঘৰৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ড।
- পিছত জলন্ত চিলিণ্ডাৰটো জুইত পেলাই ৰক্ষা পৰিল পৰিয়ালটো।