জনশতাব্দী এক্সপ্ৰেছৰ ইঞ্জিনৰ তলত জুই।যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ৰে'লখন।তেনেতে হঠাৎ প্ৰত্যক্ষ কৰে জুই।.বৰ্তমান কমাৰবন্ধাত আবদ্ধ হৈ আছে ৰে'লখনৰ যাত্ৰীসকল।যান্ত্ৰিক বিজুটিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।