ওদালগুৰি জিলাৰ খৈৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড।জুইত জাহ গ'ল লক্ষাধিক টকাৰ সা-সামগ্ৰী।.বিদ্যুৎ চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ। খৈৰাবাৰী ৰে'ল লাইনৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড।