অসম

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত অগ্নিকাণ্ড

asomiyapratidin
  • যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত অগ্নিকাণ্ড।
  • উন্নয়ন বিভাগত সূত্ৰপাত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ।
  • জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ীয়ে।
  • বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ হোৱাৰ আশংকা কৰা হৈছে।
  • কেনেদৰে জুইৰ সূত্ৰপাত হৈছে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই।