- দীপাৱলীৰ মাজতে গহপুৰত ভয়ংকৰ অগ্নিকাণ্ড।
- গহপুৰ ঘাহিগাঁৱৰ ব্ৰহ্মাজান চেন্টাৰৰ এখন দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।
- দোকানকনৰ স্বত্বাধিকাৰীৰ নাম মোহন দাস।
- অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দোকানখন।
- শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ।
- অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে মিলি নিৰ্বাপিত কৰে জুই।