অসম

লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড…

asomiyapratidin
  • লকডাউনৰ মাজতেই দেওবাৰে দুপৰীয়া দৈগ্ৰোঙৰ পাতকতিয়াত সংঘটিত অগ্নিকাণ্ড।
  • এটা ধানখেৰৰ মেজিত জুই লগাৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
  • স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত কৰা হয় জুই।
  • অৱশ্যে সময়ত জুই নিৰ্বাপন কৰাৰ বাবে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পৰা ৰক্ষা পৰে অঞ্চলটো।