বৃহস্পতিবাৰে ৬৫ সংখ্যক বৰদলৈ ট্ৰফীৰ ফাইনেল।বিয়লি ৫ বজাৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ফাইনেল খেলখন।ফাইনেলত মুখামুখি হ'ব কলকাতাৰ মহমেদান স্প'ৰ্টিং ক্লাব আৰু দুলীয়াজান অইল।বৰদলৈা ট্ৰফীৰ ফাইনেল খেল উপভোগ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।