fatasil
fatasil 
অসম

ফটাশিল আমবাৰীৰ বজাৰত অগ্নিকাণ্ড, জাহ গ'ল প্রায় ডেৰশ পৰিয়ালৰ বাসগৃহ...

Asomiya Pratidin
  • মহানগৰীৰ ফটাশিল আমবাৰীৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড।

  • জুইত জাহ যায় প্রায় ডেৰশ পৰিয়ালৰ বাসগৃহ।

  • অগ্নিকাণ্ডত ১৫টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ।

  • সাইবাবা মন্দিৰ সমীপৰ হৰিজন কলনিত সংঘটিত হয় এই অগ্নিকাণ্ড।

  • ঘটনাক লৈ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

  • কিন্তু এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।