অসম

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অঘটন, ৰোগীৰ বিচনাৰ ওপৰতেই খহি পৰিল চিলিং

Asomiya Pratidin
  • লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ অঘটন

  • এইবাৰ খহি পৰিল প্ৰসূতি আৰু শিশু স্বাস্থ্য বিভাগৰ চিলিং

  • তিনিমহলীয়া ভৱনৰ ওপৰৰ মহলাত এই অঘটন

  • ৰোগীৰ বিচনাৰ ওপৰতেই খহি পৰিল চিলিংখন

  • সৌভাগ্যক্ৰমে আঘাতপ্ৰাপ্ত নহ'ল কোনো ৰোগী অথবা শিশু

  • বিল্ডিং নিৰ্মাণৰ ৪-৫ বছৰৰ ভিতৰতেই চিলিং খহি পৰা ঘটনাই এতিয়া চকু কপালত তুলিছে ৰাইজৰ