অসম

অসমত হোলীৰ সময়ত আবকাৰী বিভাগৰ ৰাজহৰ পৰিমাণ ১০.৬২ কোটি টকা

Asomiya Pratidin
  • অসমত হোলীৰ দুদিনৰ ৰাজহ ঘোষণা।

  • আবকাৰী বিভাগে ঘোষণা কৰিলে এই ৰাজহ।

  • প্রথম দিনা অৰ্থাৎ ৭ মাৰ্চৰ দিনা ৰাজহৰ পৰিমাণ ৯.৫৮ কোটি টকা।

  • দ্বিতীয় দিনা অৰ্থাৎ ৮ মাৰ্চৰ দিনা ৰাজহ ১.০৪ কোটি টকা।

  • দুয়ো দিনৰ মুঠ ৰাজহৰ পৰিমাণ ১০.৬২ কোটি টকা।

  • কামৰূপ মহানগৰ জিলাতে দুদিনত ৫.১৮ কোটি টকা সংগ্রহ।