অসম

প্ৰশ্নকাকত ফাদিলঃ গ্ৰেপ্তাৰৰ পাছতেই দায়িত্বৰ পৰা অব্যাহতি জ্যোতিৰেখা বৰগোহাঁইক

Asomiya Pratidin
  • জ্যোতিৰেখা বৰগোহাঁইক দায়িত্বৰ পৰা অব্যাহতি।

  • ভাউৰী দেৱী ছেৰাউগী উঃ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রক আছিল।

  • নৰকাসুৰ হাইস্কুলৰ মামণি বৰাক কেন্দ্রটোৰ দায়িত্ব অৰ্পন।

  • মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চিআইডিৰ তদন্ত আৰম্ভ।

  • গ্ৰেপ্তাৰ হৈছিল জ্যোতিৰেখা।

  • তাৰপাছতেই তেওঁক দায়িত্বৰ পৰা অব্যাহতি।