ধেমাজিত চাঞ্চল্যকৰ কাণ্ড
আৰক্ষী উপ পৰিদৰ্শকে গুলীয়াই হত্যা কৰিলে এজন অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকক
আৰক্ষী অধীক্ষক গৰাকীৰ নাম অমূল্য বৰুৱা
অমূল্য বৰুৱা অৰুণাচল আৰক্ষীৰ বিভাগত কৰ্মৰত আছিল
আলোক কোৱঁৰ নামৰ নতুনকৈ নিযুক্তিপ্ৰাপ্ত এছ আই জনে সংঘটিত কৰিছে এই কাণ্ড
ডিব্ৰুগড় সদৰ থানাত তেওঁ কৰ্মৰত আছিল
ধেমাজি ভেহপৰা গাঁৱত এই হত্যাকাণ্ড সংঘটিত হয়
হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ ওচৰত আত্ম সমৰ্পন কৰিলে এছ আই আলোক কোৱঁৰে
মাটি বাৰী সংক্ৰান্তত দীৰ্ঘদিন ধৰি চলি আছিল মনোমালিন্য