অসম

এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ…

asomiyapratidin
  • প্রাক্তন মন্ত্রী দিলদাৰ ৰেজ্জাৰ দেহাৱসান।
  • শনিবাৰে নিশা ১২ বজাত এপ'ল' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ।
  • উল্লেখ্য যে ১৯৯১, ২০০১, ২০০৬ চনত বাঘবৰ সমষ্টিৰ বিধায়ক আছিল দিলদাৰ ৰেজ্জা।
  • দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল প্রাক্তন মন্ত্রীগৰাকী।