অসম

অৰ্ধশতাধিক ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল…

asomiyapratidin
  • মায়বঙৰ কীৰ্তিপুৰ এল পি স্কুলত ই ভি এম বিকল।
  • ডিমা হাছাওৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ই ভি এম বিকল হোৱাৰ খবৰ।
  • অসমৰ ৫ সমষ্টিৰ ৫০টাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰৰ ই ভি এম বিকলৰ খবৰ।
  • কামপুৰতো বিকল হৈছে ই ভি এম।
  • গৰেশ্বৰতো ই ভি এম বিকল হোৱাৰ খবৰ।
  • মঙলদৈৰ ৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হৈছে।
  • লাহৰীঘাটতো নিজগেৰুৱা ১১৭ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল।
  • ডিফুৰ পৰাও ই ভি এম বিকল হোৱাৰ খবৰ।
  •  ই ভি এম বিকল হোৱা কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত পলমকৈ আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।