অসম

মৈৰাবাৰীৰ বৰথল দলৈগাঁৱত প্রশাসনৰ উচ্ছেদ অভিযান

Asomiya Pratidin
  • মৈৰাবাৰীৰ বৰথল দলৈগাঁৱত প্রশাসনৰ উচ্ছেদ অভিযান

  • বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বহু বছৰ ধৰি বেদখল কেইবাটাও পৰিয়ালৰ

  • খেলপথাৰখন বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

  • লাহৰীঘাটৰ ৰাজহ চক্র বিষয়াৰ নেতৃত্বত চলিছে উচ্ছেদ অভিযান

  • গৰাখহনীয়াত ভূমিহীন হৈ চৰকাৰী ভূমিত বাস কৰাৰ দাবী উচ্ছেদিত পৰিয়ালৰ

  • উচ্ছেদিত পৰিয়ালক সংস্থাপন নিদিয়াত বিধায়ক আমিনুল ইছলামক দোষাৰোপ একাংশ লোকৰ